মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ন্যায়িক বিভাগ

আঁচনিসমূহ

  • ক্ৰমিক নং

    বিশিষ্ট

    পৰিমাণ

    এ.এ. নং আৰু তাৰিখ

    ধেমাজিত অতিৰিক্ত ন্যায়িক আদালতৰ বাবে তিনি মহলীয়া আৰ.চি.চি. ভৱন নিৰ্মাণ

    ১,৬৩,৯৩,০০০.০০

    নং. জে.ডি.জে.১৩০১২/০৪/২০১৭ -ই.এছ.টি.টি. – জে.ইউ.ডি.আই./৪, তাৰিখ ১২-০৬-২০১৭

    অসমৰ ধুবুৰীত আৰ.চি.চি. সংৰচনাৰ ন্যায়িক আদালত ভৱন নিৰ্মাণ (জি. + ৫)

    ৪২,২৪,৩৬,৫০০.০০

    নং. জে.ডি.জে.১৩০২/২/২০১৭ -ই.এছ.টি.টি. – জে.ইউ.ডি.আই./৩, তাৰিখ ১৫-০৬-২০১৭

    অসমৰ শোণিতপুৰ জিলাৰ গহপুৰত ন্যায়িক আদালত ভৱন নিৰ্মাণ (ভৱিষ্যতৰ বাবে জি.+৩ সুবিধাযুক্ত বৰ্তমান জি.+১ ভৱন নিৰ্মাণ)

    ১৫,৬৮,৮৭,০০০.০০

    নং. জে.ডি.জে.৪৩৫/২০১৫/১৯ তাৰিখ ১৩-০৬-২০১৭

    শিলচৰত নিৰ্মিয়মান নতুন আৰ.চি.চি. ন্যায়িক আদালত ভৱনৰ তৃতীয় আৰু চতুৰ্থ মহলা নিৰ্মাণ

    ৯,৭৮,৩২৭৬৮.০০

    নং. জে.ডি.জে.১৩০২/০৫/২০১৭ -ই.এছ.টি.টি. – জে.ইউ.ডি.আই./৩, তাৰিখ ১৪-০৬-২০১৭

    হাইলাকাণ্ডিত ৩য় আৰু ৪ৰ্থ বৰ্গৰ ন্যয়িক বিষয়াৰ বাবে চৰকাৰী আৱাসগৃহ (আৰ.চি.চি.-জি.-৩) নিৰ্মাণ

    ৩,৪৩,৬১,০০০.০০

    নং. জে.ডি.জে.১৩০২/০৫/২০১৭ -ই.এছ.টি.টি. – জে.ইউ.ডি.আই./৩, তাৰিখ ১৪-০৬-২০১৭

    দৰংৰ মঙলদৈত মুখ্য ন্যায়িক দণ্ডাধীশ আদালত ভৱন (পাঁচ মহলৰ সুবিধাযুক্ত ৩মহলীয়া আৰ.চি.চি. ভৱন) নিৰ্মাণ

    ৮,৪৫,৫০,০০০.০০

    নং. জে.ডি.জে.৪৩৬/২০১৫/৪ -তাৰিখ ১৯-০৬-২০১৭

    কাচাৰ জিলাৰ লক্ষীপুৰত এছ.ডি.জে.এম.ৰ দুমহলীয়া আৰ.চি.চি. ন্যায়িক আদালত ভৱন আৰু লগতে ইটাৰ চৌহদ বেৰ নিৰ্মাণ

    ৩,১১,৪৮,৮৮৫.০০

    নং. জে.ডি.জে.৫২৬/২০১৬/২ -তাৰিখ ১৪-০৬-২০১৭

    কাচাৰ জিলাৰ লক্ষীপুৰত (পাইলাপুল) এছ.ডি.জি.এম.ৰ ৩য় বৰ্গৰ ন্যায়িক বিষয়া সমকলৰ আৱাস গৃহৰ বাবে এক মহলীয়া (তিনি মহলীয়া সুবিধাযুক্ত) আৰ.চি.চি. ভৱন নিৰ্মাণ আৰু লগতে ইটাৰ চৌহদ বেৰ নিৰ্মাণ

    ৮৬,০৯,৩৪৩.০০

    নং. জে.ডি.জে.৫২৬/২০১৬/৩ -তাৰিখ ১৪-০৬-২০১৭

     

    ক্ৰমিক নং

    বিশিষ্ট

    পৰিমাণ

    এ.এ. নং আৰু তাৰিখ

    অসমৰ হাইলাকাণ্ডি জিলাৰ আদালত আৰু  ন্যায়িক বিষায়ৰ কক্ষসমূহত শীত-তাপ নিয়ন্ত্ৰিত ব্যৱস্থা স্থাপন কৰা (১.আদালত আৰু লগতে জিলা আৰু ছেছন ন্যায়িক বিষয়াৰ আদালত আৰু কক্ষ আৰু ২. আদালত আৰু চি.জে.এম. কাৰ্য্যালয় চৌহদৰ কৰ্মকক্ষত)

    ২৪,৫৫,৯৯৫.০০

    নং. জে.ডি.জে.৪৯৫/২০১৬/২৮ -তাৰিখ ৩-১১-২০১৬

    কাচাৰ জিলাৰ আদালত আৰু ন্যায়িক বিষয়াৰ কক্ষত শীততাপ নিয়ন্ত্ৰিত ব্যৱস্থা স্থাপন কৰা

    ২৪,৫৫,৯৯৫.০০

    নং. জে.ডি.জে.৪৯৫/২০১৬/২৯ -তাৰিখ ৩-১১-২০১৬

    গুৱাহাটীৰ কামৰূপ মহানগৰৰ আদালত আৰু পৰিয়াল আদালতৰ ন্যায়িক বিষয়াৰ কক্ষৰ কাৰ্য্যালয়ত শীততাপ নিয়ন্ত্ৰিত ব্যৱস্থা স্থাপন কৰা আৰু এইচ.টি. লাইন সহ ১০০ কে.ভি.এ.ৰ চাব-ষ্টেচন স্থাপন আৰু

    ২২,৯৪,২৫১.০০

     

    লক্ষিমপুৰ জিলাৰ ঢকুৱাখানাত মহকুমা ন্যায়িক আদালতত শীততাপ নিয়ন্ত্ৰণ ব্যৱস্থা আৰু পোহৰ ব্যৱস্থা প্ৰদান কৰা

    ১৯,১২,৩৮৭.০০

     

    কৰিমগঞ্জত আদালত আৰু লগতে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ন্যায়িক বিষয়াৰ কৰ্মকক্ষত শীততাপ নিয়ন্ত্ৰণ ব্যৱস্থা সংস্থাপন কৰা (বৈদ্যুতিক আঁচ-বাব স্থাপনৰ লগতে পাঁচটা বিচাৰকক্ষৰ বাবে)

    ১৬,২০,৬০০.০০

     

    ৰঙিয়াত অতিৰিক্ত জিলা আৰু ছেছন আদালত, (এফ.টি.চি.), মহকুমা ন্যায়িক দণ্ডাধীশ, ন্যায়িক দণ্ডাধীশ আৰু মুনচিফ আদালতত শীততাপ নিয়ন্ত্ৰিত ব্যৱস্থা সংস্থাপনৰ সুবিধা কৰা

    ১৭,৫৬,৭৮৭.০০

    নং. জে.ডি.জে.৪৯৫/২০১৬/৩৫ তাৰিখ ৩-১১-২০১৬

    গুৱাহাটীৰ পানবজাৰত জিলা আৰু ছেছন আদালত চৌহদত ২৫০ কে.ভি.এ. চাব-ষ্টেচন স্থাপন কৰাৰ লগতে আদালত আৰু কৰ্মকক্ষ সমূহত শীততাপ নিয়ন্ত্ৰণ ব্যৱস্থা সংস্থাপিত কৰা

    ৫৬,৯৮,৫৪১.০০

    নং. জে.ডি.জে.৪৯৫/২০১৬/৩৬ তাৰিখ ৩-১১-২০১৬

    উত্তৰ লক্ষিমপুৰৰ লক্ষিমপুৰ ন্যায়িক আদালত ভৱনৰ দ্বিতীয় আৰু ভূমি মহলাৰ বাবে শীততাপ নিয়ন্ত্ৰণৰ সুবিধা প্ৰদান কৰি ইয়াক সংস্থাপন কৰা

    ২৯,১২,৯০৮.০০

    নং. জে.ডি.জে.৪৯৫/২০১৬/৪০ তাৰিখ ৩-১১-২০১৬

    বৰ্তমানে থকা ট্ৰান্সফাৰ্মাৰ, পেনেল বৰ্ড, ইউ.জি. কেবোল আদিবোৰৰ উন্নিতকৰণ কৰি আৰু লগতে নগাঁৱৰ বহু মহলাযুক্ত ন্যায়িক আদালত ভৱনতৰ বাবে পৃথক ধৰণৰ শীততাপ নিয়ন্ত্ৰণ যন্ত্ৰৰ যোগান ধৰি নগাঁও জিলাৰ ন্যায়িক আদালত ভৱনৰ বাবে শীততাপ নিয়ন্ত্ৰণৰ সুবিধা প্ৰদান কৰা

    ৫০,৯৪,০০০.০০

    নং. জে.ডি.জে.৪৯৫/২০১৬/৪১ তাৰিখ ৩-১১-২০১৬

    ১০

    নলবাৰী জিলাৰ জিলা আৰু ছেছন আদালতৰ লগতে ইয়াৰ ন্যায়িক বিষয়া সকলৰ কক্ষতো শীততাপ নিয়ন্ত্ৰণ ব্যৱস্থা সংস্থাপন কৰা (এ.চি. যন্ত্ৰ, কেবোল তৰা, পেনেল বোৰ্ড আদিবোৰ প্ৰদান কৰি)

    ২০,৮৭,১৯০.০০

    নং. জে.ডি.জে.৪৯৫/২০১৬/৪৩ তাৰিখ ৩-১১-২০১৬

    ১১

    অসম ন্যায়িক বিষয়াৰ কৰ্মকক্ষ আৰু আদালতত শীততাপ নিয়ন্ত্ৰণৰ ব্যৱস্থা সংস্থাপন কৰা (ডিব্ৰুগড় ন্যায়িক আদালত ভৱনৰ বিচাৰ কক্ষ আৰু ন্যায়িক বিষয়াৰ কৰ্মকক্ষত শীততাপ নিয়ন্ত্ৰণ ব্যৱস্থা সংস্থাপন কৰা)

    ২৩,২০,৩০০.০০

    নং. জে.ডি.জে.৪৯৫/২০১৬/৪৬ তাৰিখ ৩-১১-২০১৬

    ১২

    তিনিচুকীয়াৰ বৰগুৰিত জিলা আৰু ছেছন ন্যায়িক আদালত চৌহদত দুটা ২৫০ কে.ভি.এ. ট্ৰান্সফাৰ্মাৰ আৰু চৌহদ লাইট/তোৰণ লাইট/উদ্যান লাইট আদি সংস্থাপন কৰাকে ধৰি জিলা আৰু ছেছন ন্যায়িক আদালতৰ চৌহদ সমূহৰ বিভিন্ন বিচাৰকক্ষত এ.চি. সংস্থাপন কৰা

    ৭৭,৫৭,৮১৩.০০

    নং. জে.ডি.জে.৪৯৫/২০১৬/৪৭

    ১৩

    শিৱসাগৰত আদালত আৰু ন্যায়িক বিষয়াৰ কৰ্মকক্ষত আৰু লগতে অসম জিলা আৰু ছেছন ন্যায়াধিশৰ আৱাস গৃহত শীততাপ নিয়্ন্ত্ৰণ ব্যৱস্থা সংস্থাপিত কৰা।

    ২৬,০৯,১৭০.০০

    নং. জে.ডি.জে.৪৯৫/২০১৬/৪৮

    ১৪

    শোনিতপুৰৰ তেজপুৰত জিলা আৰু ছেছন ন্যায়ালয় চৌহদত অন্তঃসংস্থাপিত অগ্নি ৰোধক ব্যৱস্থাৰ সংস্থাপন কৰা (অসামৰিক কাৰ্য্য) আৰু শোনিতপুৰৰ তেজপুৰত জিলা আৰু ছেছন ন্যায়ালয় চৌহদত অন্তঃসংস্থাপিত অগ্নি ৰোধক ব্যৱস্থাৰ সংস্থাপন কৰা (বৈদ্যুতিক)

    ৯৮,৪৩,২০৫.০০

    নং. জে.ডি.জে.২০/২০১৭/৭ তাৰিখ ২৫-০১-২০১৭

    ১৫

    দৰংৰ মঙলদৈত জিলা আৰু ছেছন ন্যায়ালয় চৌহদত অন্তঃসংস্থাপিত অগ্নি ৰোধক ব্যৱস্থাৰ সংস্থাপন কৰা (অসামৰিক কাৰ্য্য) আৰু জিলা আৰু ছেছন ন্যায়ালয় চৌহদত অন্তঃসংস্থাপিত অগ্নি ৰোধক ব্যৱস্থা আৰু ৬৩ কে.ভি.এ. চাব ষ্টেচন সংস্থাপন কৰা (বৈদ্যুতিক)

    ৯০,১০,২৭৮.০০

    নং. জে.ডি.জে.২০/২০১৭/৮ তাৰিখ ২৫-০১-২০১৭

    ১৬

    গুৱাহাটীৰ উলুবাৰীস্থিত এম.এ.চি.টি.ত দীপ টিউবেল সহ আৰ.চি.চি. মঞ্চ নিৰ্মাণ কৰা, পাৰ্কিং চাদ নিৰ্মাণ কৰা, চৌহদ বেৰৰ মেৰামতি কৰা আৰু এইবোৰত ৰং কৰা আৰু লগতে জল শুদ্ধিকৰণ ব্যৱস্থা সংস্থাপন কৰা।

    ৩২,৯২,৭০০.০০

    নং. জে.ডি.জে.২০/২০১৭/৯

    ১৭

    মৰিগাঁৱত চি.জে.এম. আদালত আৰু জিলা আৰু ছেছন আদালতৰ ভৱনত অন্তঃসংস্থাপিত অগ্নি ৰোধক ব্যৱস্থাৰ সংস্থাপন কৰা (২)মৰিগাঁৱত চি.জে.এম. আদালত আৰু জিলা আৰু ছেছন আদালতৰ ভৱনত অন্তঃসংস্থাপিত অগ্নি ৰোধক ব্যৱস্থাৰ সংস্থাপন কৰা (বৈদ্যুতিক)

    ৮৯,৫৬,৭৪২.০০

    নং. জে.ডি.জে.২০/২০১৭/১৪ তাৰিখ ১৫-০২-২০১৭

    ১৮

    গোৱালপাৰৰ ভালুকডুবিত ন্যায়িক আদালত ভৱন চৌহদ সংলগ্ন পথটো চিমেণ্ট নিৰ্মিত ব্লকৰ দ্বাৰা নিৰ্মাণ কৰা, চাইকেল চাদ নিৰ্মাণ কৰা, ন্যায়িক আদালতৰ উন্নয়ন সাধন কৰা আৰু ইয়াৰ পুনৰ নিৰ্মাণ কৰা

    ৮৪,৯২,৭০০.০০

    নং. জে.ডি.জে.৪৯৪/২০১৬/১৮ তাৰিখ ১৭-১১-২০১৬

    ১৯

    কামৰূপ(এম.)ৰ জিলা আৰু ছেছন আদালতৰ চৌহদৰ ভিতৰত সংস্থাপিত হৈ থকা অগ্নি নিৰ্বাপনকাৰী চিলিণ্ডাৰটো ভৰ্তি কৰোৱা আৰু লগতে ইয়াত অগ্নি সতৰ্ককৰণ সংসূচক ব্যৱস্থা প্ৰদান কৰা আৰু ইয়াক সংস্থাপন কৰা।  

    ২৬,৫৭,৪১৪.০০

    নং. জে.ডি.জে.৪৯৪/২০১৬/২৫ তাৰিখ ১৭-১১-২০১৬

    ২০

    হোজাইৰ শংকৰদেৱ নগৰত মহকুমা ন্যায়িক আদালত ভৱনত এইচ.টি. আৰু এল.টি. লাইনকে ধৰি ২৫০ কে.ভি.এ. ট্ৰান্সফৰ্মাৰ সংস্থাপন কৰা

    ২৪,৬৫,১৭৯.০০

    নং. জে.ডি.জে.৪৯৪/২০১৬/৩১ তাৰিখ ১৭-১১-২০১৬

    ২১

    অসমৰ বি.টি.এ.ডি. অঞ্চলৰ ওদালগুৰিত জিলা ন্যায়ালয় ভৱনৰ উলম্ব সম্প্ৰসাৰণ

    ৬৭,৩৬,০০০.০০

    নং. জে.ডি.জে.৪৯৪/২০১৬/৩৬ তাৰিখ ১৭-১১-২০১৬

    ২২

    কামৰূপ মেট্ৰৰ গুৱাহাটীস্থিত জিলা আৰু ছেছন আদালত চৌহদ আৰু লগতে মুখ্য ন্যায়িক দণ্ডাধীশ আদালত চৌহদত চি.চি.টি.ভি.ৰ ব্যৱস্থা কৰা (আই.পি. ভিত্তিক চি.চি.টি.ভি. ব্যৱস্থাৰ যোগান, সংস্থাপন, পৰিক্ষণ, কাৰ্য্যকৰণ কৰা)

    ৫৬,৪৭,১৪১.০০

    নং. জে.ডি.জে.৪৯৪/২০১৬/৩৯ তাৰিখ ১৭-১১-২০১৬

    ২৩

    গোৱালপাৰাৰ ভালুকডুবিৰ ন্যায়িক আদালত ভৱনত জেনেৰেটৰ চাদ, সমুখ কাৰ্য্যালয় নিৰ্মাণ কৰা, প্ৰথম মহলাত পতাকা উত্তোলন মঞ্চ নিৰ্মাণ কৰা, পি.পি./এ.পি.পি. কক্ষৰ সম্প্ৰসাৰণ কৰা

    ৫৬,৬২,৩০০.০০

    নং. জে.ডি.জে.৪৯৪/২০১৬/৪০ তাৰিখ ১৭-১১-২০১৬

    ২৪

    চাদ পৰিৱৰ্তন (কাঠৰ কাম আৰু চিলিংৰ দৰকাৰী অংশকে ধৰি কামৰূপ(এম.)ৰ জিলা আৰু ছেছন ন্যায়িক আদালত চৌহদৰ ভিতৰত আসাম টাইপ ঘৰ সমূহৰ বাবে দাইনাৰুফ প্ৰদান কৰা)

    ২১,৩৩,৬০০.০০

    নং. জে.ডি.জে.৪৯৪/২০১৬/৪৩ তাৰিখ ১৭-১১-২০১৬

    ২৫

    গুৱাহাটীৰ পানবজাৰস্থিত নতুন ব্লকৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খিৰিকী আৰু ভেণ্টিলেটৰৰ ভঙা আইনা সমুহ সলাই পেলোৱা আৰু বাহিৰ ভাগত ৰং কৰা

    ৪৭,৬৯,৭১৯.০০

    নং. জে.ডি.জে.৫৯৬/২০১৬/১৪ তাৰিখ ২০-০১-২০১৭

    ২৬

    জি.চি.আই. চিট সলাই পি.পি.জি.আই. দাইনাৰুফ চিট ব্যৱহাৰ কৰাকে ধৰি কোকৰাঝাৰ জিলা আৰু ছেছন আদালত কাৰ্য্যালয় ভৱনৰ মেৰামতি/পুনৰ নিৰ্মাণ কৰা

    ৪৮,০৫,১৪১.০০

    নং. জে.ডি.জে.৫৯৬/২০১৬/১৭ তাৰিখ ২০-০১-২০১৭

    ২৭

    গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ব্লকত দহটা এ.চি. যন্ত্ৰসহ চলিত আৰু কেন্দ্ৰীয় শীততাপ নিয়ন্ত্ৰণ ব্যৱস্থাৰ পৰিচালনৰ সংহত বাৰ্ষিক তত্বাৱধানৰ চুক্তি কৰা (সেইয়া হল ১৭/০৫/২০১৭ তাৰিখৰ পৰা ১৬/০৫/২০১৭ তাৰিখলৈ = ১২মাহ)

    ২৯,৫৫,৬১৩.০০

    নং. জে.ডি.জে.১৩৮/২০১৬/৪

    তাৰিখ ৫-১২-২০১৬

    ২৮

    গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণা ব্লকৰ পুনৰ নিৰ্মাণ কৰা(ভিতৰৰ কৰিদৰ , কক্ষ আদি ৰং কৰা)

    ৪২,৪৫,২০০.০০

    নং. জে.ডি.জে.৩৯৫/২০১৬/১১ তাৰিখ ৯-১১-২০১৬

    ২৯

    অসমৰ বি.টি.চি.ৰ কাজলগাঁও, চিৰাঙত প্ৰস্তাৱিত ন্যায়িক আদালতৰ বাবে এ.চি.ৰ সৈতে বৈদ্যুতিক কাম-কাজ সম্পাদন কৰা

    ২৫,৪১,০০০.০০

    নং. জে.ডি.জে.৪০১/২০১৬/৫০ তাৰিখ ২৯-১১-২০১৬

    ৩০

    গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চাদৰ পৰা পানী নসৰকাৰ ব্যৱস্থা কৰা (নতুন ব্লক) গুৱাহাটী, (ব্লক বি.ৰ চাদৰ বাবে এই প্ৰযত্ন)

    ৪২,৯৭,৩০০.০০

    নং. জে.ডি.জে.৪০১/২০১৬/৫৩ তাৰিখ ২৯-১১-২০১৬

    ৩১

    অসমৰ ওদালগুৰি জিলাৰ ওদালগুৰি জিলা আৰু ছেছন ন্যায়িক আদালতত আদৰণি স্থান, লোৰ গ্ৰিল আৰু গেট, অভিলেখ কক্ষ আৰু পকা ৰাস্তা আদি নিৰ্মাণ কৰা

    ৪২.০২.১০০.০০

    নং. জে.ডি.জে.৪০১/২০১৬/৫৪ তাৰিখ ২৯-১১-২০১৬

    ৩২

    মাননীয় মুখ্য ন্যায়াধীশৰ আৱাসিক বাংলোত মেৰামতি/পুনৰনিৰ্মাণ কাৰ্য্য সম্পাদন কৰা (গুৱাহাটীৰ এম.জি. পথত থকা বাংলো নং-১)(গেট নং ১ৰ পৰা গেট নং ২লৈ দুয়োকাষে গ্ৰিল লগোৱাৰ লগতে আধা ইটাৰ বেৰ নিৰ্মাণ কৰা আৰু লগতে টাইলচ লগোৱা)

    ৫২,৭৩,০০০.০০

    নং. জে.ডি.জে.৩৯৫/২০১৬/১৭ তাৰিখ ৯-১১-২০১৭