মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ন্যায়িক বিভাগ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰতিষ্ঠা মূলক বিষয়

  • ন্যায়িক বিভাগে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰশাসনিক বিভাগ হিচাপে কাৰ্য্য সম্পাদন কৰে। প্ৰশাসনিক বিভাগ হিচাপে ন্যায়িক বিভাগে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাজেট আৱণ্টিত কৰে আৰু লগতে ন্যায়ালয়ৰ পদ সৃষ্টি, বাহন ক্ৰয় আৰু অন্যান্য বিত্তীয় বিষয় সমূহত মঞ্জুৰী প্ৰদান কৰে। এই মঞ্জুৰী প্ৰদান কৰাৰ সময়ত ন্যায়িক বিভাগে এনে প্ৰসংগ বিভাগ সমূহৰ মতামত গ্ৰহণ কৰে যি নিয়ম অনুযায়ী প্ৰয়োজনীয় হবও পাৰে।