মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ন্যায়িক বিভাগ

ন'টাৰীৰ বাবে আবেদন

  • উপযুক্ত কৰ্তৃপক্ষৰ পৰা ন'টাৰীৰ নিযুক্তিৰ বাবে প্ৰস্তাৱ গ্ৰহণ (জিলা আৰু ছেছন বিচাৰক/ সংশ্লিষ্ট আদালতৰ অধিষ্ঠাতা বিষয়া)
  • যদি প্ৰয়োজন হয়, এল.আৰ. আৰু সচিব/মাননীয় আইন মন্ত্ৰীৰ প্ৰয়োজনীয় অনুমোদনৰ সৈতে যোগ্য কৰ্তৃপক্ষৰ পৰা নটাৰী আইন আৰ নিয়ম অনুসৰী আবেদন সহ পেনেলৰ বাবে আমন্ত্ৰণ।
  • যোগ্য কৰ্তৃপক্ষৰ পৰা আবেদন/পেনেল গ্ৰহণ
  • আবেদনৰ সত্যাসত্য নিৰূপণ
  • ন'টাৰীৰ বাচনিৰ বাবে সাক্ষাত্কাৰৰ তাৰিখ নিৰ্দ্ধাৰণ
  • সাক্ষাত্কাৰ পৰিষদৰ সন্মুখত উপস্থিত হবলৈ প্ৰাৰ্থী সকলৰ বাবে আমন্ত্ৰণ পত্ৰ জাৰি কৰা
  • অধিসূচনা জাৰি
  • নিৰ্দ্ধাৰিত মাচুল লাভ কৰাৰ পাছত ন'টাৰীৰ অনুশীলনৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা