মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ন্যায়িক বিভাগ

ন'টাৰীৰ অনুজ্ঞাপত্ৰ নৱীকৰণৰ বাবে আবেদন

  • সংশ্লিষ্ট নটাৰীৰ পৰা নটাৰী অধিনিয়ম ১৯৫২ অনুসৰি প্ৰমাণ পত্ৰৰ নৱীকৰণৰ বাবে প্ৰস্তাৱ গ্ৰহণ
  • প্ৰয়োজনীয় অনুমোদন সহ নিৰ্দ্ধাৰিত মাচুল লাভ কৰাৰ পাছত নটাৰী আইন আৰু অধিনিয়মৰ ব্যৱস্থা অনুসৰি নৱীকৰণৰ জাননী জাৰি কৰা