মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ন্যায়িক বিভাগ

ন্যায় বিভাগৰ আইনী অভিমত

কাৰ্য্যকৰী কৰ্মসূচী অধিনিয়ম ১৯৬৮ অনুসৰি, প্ৰশাসনিক বিভাগসমূহে তলত উল্লেখ কৰা বিষয় সমূহৰ ক্ষেত্ৰত ন্যায়িক বিভাগৰ সৈতে পৰামৰ্শৰ আদান-প্ৰদান কৰিব পাৰেঃ

১. পৰিনিয়ম, আইন, অধিনিয়ম আৰু পৰিনিয়ত নিয়ম, আদেশ আৰু অধিসুচনা তৈয়াৰ কৰাৰ ক্ষেত্ৰত।

২. কোনো বিষয়ৰ ক্ষেত্ৰত যদি কোনো ন্যায়িক নীতিৰ উদ্ভৱ হয়।

৩. সুচীপত্ৰ-৩ কোনো প্ৰশাসনিক বিভাগৰ আদেশ বা অনুৰোধ অনুসৰি কোনো মোকৰ্দমা প্ৰত্যাহাৰ কৰা।

এনে ধৰণৰ সকলো বিষয়ৰ সৈতে মোকৰ্দমাৰ অন্তৰ্গত তথ্য সমূহৰ সঠিক প্ৰতিবেদন প্ৰদান কৰা হব যি ক্ষেত্ৰত ন্যায়িক বিভাগৰ পৰামৰ্শৰ প্ৰয়োজন হয়।