প্ৰথম আপিল বিচাৰক আৰু ন্যায়িক বিভাগৰ ক্ষেত্ৰত মনোনীত ৰাজ্যিক লোক তথ্য বিষয়াৰ নাম, পদবী আৰু অন্যান্য তথ্য তলত উল্লেখ কৰা হলঃ-
(ক) প্ৰথম আপিল বিচাৰকঃ
বিষয়াৰ নাম | পদবী | অন্যান্য তথ্য / কাৰ্য্যালয়ৰ ঠিকনা |
---|---|---|
শ্ৰী সঞ্জীৱ কুমাৰ শৰ্মা | অসম চৰকাৰৰ বিধি নিৰ্দেশক আৰু সচিব, ন্যায়িক বিভাগ, দিছপুৰ, গুৱাহাটী | অসম সচিবালয়, ন্যায়িক বিভাগ, ব্লক-ই., দ্বিতীয় মহলা, জিলা-কামৰূপ(এম.), দিছপুৰ, গুৱাহাটী-৭৮১০০৬, ফোন নং- ০৩৬১-২২৩৭২৯৪ |
(খ) ৰাজ্যিক লোক তথ্য বিষয়া
বিষয়াৰ নাম | পদবী | অন্যান্য তথ্য / কাৰ্য্যালয়ৰ ঠিকনা |
---|---|---|
শ্ৰী পিয়লি কলিতা | অসম চৰকাৰৰ যুটীয়া বিধি নিৰ্দেশক আৰু যুটীয়া সচিব, ন্যায়িক বিভাগ, দিছপুৰ, গুৱাহাটী | অসম সচিবালয়, ন্যায়িক বিভাগ, ব্লক-ই., দ্বিতীয় মহলা, জিলা-কামৰূপ(এম.), দিছপুৰ, গুৱাহাটী-৭৮১০০৬, ফোন নং- ০৩৬১-২২৩৭২৯৪ |