মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ন্যায়িক বিভাগ

সাংগঠনিক তালিকা

ৰাজ্যৰ ন্যায়িক প্ৰশাসন ব্যৱস্থাৰ প্ৰায় সকলো দায়িত্ব ন্যায়িক বিভাগৰ ওপৰতে ন্যস্ত কৰা হৈছে। তাৰোপৰি, যেতিয়াই অনুগ্ৰহ কৰা হয়, তেতিয়াই অন্য বিভাগ সমুহক আইন সম্বন্ধীয় মতামত বা পৰামৰ্শ প্ৰদানৰ ক্ষেত্ৰতো ন্যায়িক বিভাগ দায়বদ্ধ। ন্যায়িক বিভাগৰ সাংগঠনিক সংৰচনা তলত উল্লেখ কৰা ধৰণৰ- :-

 

  

অন্য বিভাগৰ ক্ষেত্ৰত দেখা যায় যে সঞ্চালকালয় সমূহ হৈছে চৰকাৰী বিভাগ সমূহৰ অধীনষ্ঠ। কিন্তু ন্যায়িক বিভাগৰ ক্ষেত্ৰত এই ব্যৱস্থা কিছু সুকীয়া। কিয়নো ২২৫ নং অনুচ্ছেদ অনুসৰি উচ্চ ন্যায়ালয় সমুহ স্বতন্ত্ৰ অনুষ্ঠান, গতিকে ন্যায়িক বিভাগৰ ভূমিকাও এক প্ৰশাসনীয় বিভাগ হিচাপে এই ক্ষেত্ৰত বহু পৰিমাণে সীমিত।

সন্মানীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কে ন্যায় প্ৰদান ব্যৱস্থা কেনেদৰে ৰূপায়ন কৰা হৈছে এই বিষয়ে চোৱা চিতা কৰে।

কৰ্ম তালিকা :-

দুটা বিশেষ দায়িত্ব প্ৰদৰ্শনৰ উদ্দেশ্যৰেহে ন্যায়িক বিভাগৰ কৰ্ম তালিকা প্ৰস্তুত কৰা হয় যেনে ন্যায় প্ৰশাসন আৰু আইনি মতামত:-