মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ন্যায়িক বিভাগ

চৰকাৰী অধিবক্তা/সহকাৰী চৰকাৰী অধিবক্তা/লোক অভিযুক্তা/বিশেষ লোক অভিযুক্তা/অতিৰিক্ত লোক অভিযুক্তা আৰু সহকাৰী লোক অভিযুক্তা

তলত উল্লেথ কৰা প্ৰক্ৰিয়া অনুসৰি ন্যায়িক বিভাগৰ দ্বাৰা ওপৰত উল্লেখিত চৰকাৰী অভিবক্তাসকলক নিযুক্তি দিয়া হয়-

-বৰ্তমানে থকা আদালতৰ সংখ্যাৰ হিচাপত জি.পি./পি.পি./অতিৰিক্ত পি.পি. নিযুক্তি প্ৰদান কৰিবলৈ চি.আৰ. পি.চি. আইন ১৯৭৩/ অসম আইন হস্তপুথি অনুসৰি ১:৩ অনুপাতত অধিবক্তাৰ পেনেল তালিকা জমা দিবলৈ অনুৰোধ।

-আইন বিভাগৰ মন্ত্ৰীৰ অনুমোদন সৈতে নিয়মানুসৰী প্ৰাৰ্থীৰ বাচনি/ নিযুক্তি প্ৰদান কৰা।