মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ন্যায়িক বিভাগ

অসম ন্যায়িক সেৱাৰ প্ৰথম আৰু তৃতীয় বৰ্গৰ বিষয়াৰ নিযুক্তি

তলত উল্লেখ কৰা নিয়মানুসৰী ন্যায়িক বিভাগে অসম ন্যায়িক সেৱাত প্ৰথম বৰ্গ আৰু তৃতীয় বৰ্গৰ অন্তৰ্গত বিষয়া সকলক নিযুক্তি দিয়ে-

  • উচ্চ ন্যায়ালয়ৰ পৰা উপদেশ বা পৰামৰ্শ লাভ
  • সত্যাসত্য নিৰূপণ সম্পৰ্কীয় আৰক্ষীৰ প্ৰতিবেদন প্ৰদানৰ ব্যৱস্থা
  • নিযুক্তিৰ পূৰ্বৰ প্ৰশিক্ষণ সম্পূৰ্ণকৰণ সম্পৰ্কে উচ্চ ন্যায়ালয়ৰ অন্তিম উপদেশ বা পৰামৰ্শ
  • অধিসূচনা জাৰি কৰা